পুনৰ বহিঃৰাজ্যত হত্যা অসমৰ যুৱকক

বহিঃৰাজ্যত পুনৰ অসমৰ যুবকক নৃশংস হত্যা। তামিলনাডুৰ শ্ৰীপেৰামবাদুৰত সংঘটিত আক্ৰমনৰ ঘটনাত আহত আন ৪ যুবক। ভাড়াঘৰৰ ভিতৰতে দুবৃত্তৰ আক্ৰমনত নিহত হয় বদৰপুৰৰ আব্দুল হাছিম নামৰ যুৱকজন। ঘৰটোত ভাৰতীয়া ৰূপে আছিল অসম আৰু পশ্চিম বংগৰ পৰা যোৱা কেবাজনো যুবক। ত্ৰিপুৰাৰ এজন যুবকে কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যে লৈ গৈছিল নিহত অসমৰ যুবকজনক।।

You might also like
Leave A Reply

Your email address will not be published.