ACAৰ প্ৰাক্তন প্ৰতাপী সম্পাদকক গ্ৰেপ্তাৰ

অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোঁহাইক গ্ৰেপ্তাৰ। নিশা ডিব্ৰুগড়ৰ টিংখঙৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বুঢ়াগোঁহাইক। ACAৰ ৫০ কোটি টকীয়া বৃহৎ বিত্তীয় কেলেংকাৰি সন্দৰ্ভত একাধিক জামিনবিহীন গোচৰ প্ৰাক্তন সম্পাদক গৰাকীৰ বিৰুদ্ধে। ফটাশিল আমবাৰি থানাত সাধাৰন আচামিৰ দৰে এখন বেঞ্চত বহাই ACAৰ এসময়ৰ প্ৰতাপী বিষয়ববীয়া গৰাকীক মাৰাথন জেৰা আৰক্ষীৰ।।

You might also like
Leave A Reply

Your email address will not be published.