প্ৰচণ্ড বিস্ফোৰণত কঁপিল মনিপুৰ

মণিপুৰত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। জানিব পৰা মতে, ইম্ফলৰ পূব লামলং অঞ্চলৰ টিনচিড পথৰ এখন ফাৰ্মাচীত সংঘটিত হয় এটা শক্তিশালী আই ই ডি বিস্ফোৰণ । বিস্ফোৰণৰ কাৰণ সন্দৰ্ভত এতিয়ালৈকে কোনো খবৰ পোৱা হোৱা নাই।

ইফালে, বিস্ফোৰণৰ পিছত ইম্ফলত নিৰাপত্তা বৃদ্ধি কৰা হৈছে আৰু ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.