প্ৰচণ্ড ভূমিকম্পই কঁপালে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ!

নেচনেল ডেস্ক:

মঙলবাৰে পুৱা প্ৰচণ্ড ভূমিকম্পই কঁপালে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। পুৱা প্ৰায় ৩:৪০ বজাত সংঘটিত হয় এই ভূমিকম্প। ৰিখটাৰ স্কেলত ৪.৯ প্ৰাবল্যত অনুভূত হয় ভূমিকম্পটো। ভূমিকম্পটোৰ অভিকেন্দ্ৰ আন্দামান সাগৰৰ ৭৭ কিলোমিটাৰ গভীৰতাত। ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ অহা নাই। এই তথ্য সদৰি কৰিছে ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই।।

You might also like
Leave A Reply

Your email address will not be published.