প্ৰচণ্ড ভূমিকম্পই জোকাৰিলে চুবুৰীয়া ৰাজ্য মণিপুৰ!

আজি পুৱা ৬:১৪ বজাত প্ৰচণ্ড ভূমিকম্পই জোকাৰিলে চুবুৰীয়া ৰাজ্য মণিপুৰ। মণিপুৰৰ উখৰুলত অনুভূত হয় ভূমিকম্পটো। ৰিখটাৰ স্কেলত ৪ প্ৰাবল্যত সংঘটিত হয় এই ভূমিকম্প। ভূমিকম্পটোৰ কেন্দ্ৰস্থল ভূপৃষ্ঠৰ ১০ কিলোমিটাৰ গভীৰতাত। এই পৰ্যন্ত কোনো হতাহতৰ খবৰ পোৱা হোৱা নাই। এই তথ্য সদৰি কৰিছে ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই।।

You might also like
Leave A Reply

Your email address will not be published.