মডেলৰ দেহ বেছি টকা ঘটা অভিনেত্ৰী পৰিল জালত!

দেহ ব্যৱসায়ৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ বৃহৎ অভিযান

নেচনেল ডেস্কঃ

মায়ানগৰী মুম্বাইত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰা দেহ ব্যৱসায়ৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ বৃহৎ অভিযান। শুকুৰবাৰে আৰক্ষীয়ে এখন বিলাসী হোটেলৰ পৰা দেহ ব্যৱসায়ৰ এক বৃহৎ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, দেহ ব্যৱসায় চলাই থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় এগৰাকী ভোজপুৰী অভিনেত্ৰীক ৷ গ্ৰেপ্তাৰ কৰা ভোজপুৰী অভিনেত্ৰী গৰাকীৰ লগতে ৩ গৰাকী মডেলকো আটক কৰা বুলি জানিব পৰা গৈছে৷

দেহ ব্যৱসায়ৰ চক্ৰৰ সৈতে জড়িত থকা অভিনেত্ৰী গৰাকীয়ে প্ৰতিগৰাকী মডেলৰ বাবদ ৫০ ৰ পৰা ৮০ হাজাৰকৈ টকা লৈ গ্ৰাহকৰ সৈতে চুক্তিবদ্ধ কৰে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ৷ মুম্বাই আৰক্ষীয়ে অভিযানকালত গ্ৰাহকৰ পৰা টকা লোৱাৰ সময়তে হাতে-লোটে আটক কৰে ভোজপুৰী অভিনেত্ৰীগৰাকীক৷।

You might also like
Leave A Reply

Your email address will not be published.