মিজোৰামত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ৮ জনকৈ লোক!

মিজোৰামৰ লংটিলাই জিলাৰ গেৰাকুলুকচাৰা গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।

মিজোৰামৰ লংটিলাই জিলাৰ গেৰাকুলুকচাৰা গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
জানিব পৰা মতে, ৯ মে’ত হ’ব লগা চাকমা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা উভতি অহাৰ সময়তে দুৰ্ঘটনাগ্ৰস্থ হয় বাহনখন।
দুৰ্ঘটনাত থিতাতে নিহত ৮ জনকৈ লোক।ভয়ংকৰ দুৰ্ঘটনাটোত আহতসকলক নিৰ্কটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.