সংঘৰ্ষত নিহত KDLFৰ স্বয়ম্ভূ অধ্যক্ষ!

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত ৰংমঙৱেত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ।পুৱতি নিশা আৰক্ষীৰে হোৱা সংঘৰ্ষত বিদ্ৰোহী সংগঠন Karbi Democratic Liberation Front (KDLF) ৰ স্বয়ম্ভূ অধ্যক্ষ নিহত।নিহত KDLF ৰ অধ্যক্ষজন ৰংমঙৱে আৰক্ষী থানাৰ অন্তৰ্গত বিবিয়া ক্ৰ’ গাঁওৰ জেকচন ৰংহাং বুলি জানিব পৰা গৈছে।আৰক্ষীৰে সংঘৰ্ষত নিহত হোৱা সংগঠনটোৰ অধক্ষ্যজনৰ পৰা এটা পইণ্ট ২২ পিষ্টল, এটা মেগজিন, KDLF ৰ পেড আৰু টকাৰ ৰচিড উদ্ধাৰ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.