সাৱধান!ক’ভিডৰ পিছতে আন এক ভয়াৱহ ভাইৰাছৰ আতংক

এইবাৰ H5N1 নামৰ নতুন ভাইৰাছে সমগ্ৰ ৰাজ্যতে আতংকৰ সৃষ্টি কৰিছে

সাৱধান!ক’ভিডৰ পিছতে আন এক ভয়াৱহ ভাইৰাছৰ আতংক। এইবাৰ H5N1 নামৰ নতুন ভাইৰাছে সমগ্ৰ ৰাজ্যতে আতংকৰ সৃষ্টি কৰিছে। ক’ভিড মহামাৰীতকৈও ১০০ গুণ ভয়াৱহ H5N1 নামৰ এই ভাইৰাছ। যিকোনো মূহুত্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে এই ভাইৰাছে। চিকিৎসা বিজ্ঞানৰ বাবে নতুন প্ৰত্যাহবান কাৰন হৈ পৰিছে H5N1 ভাইৰাছ। এই ভাইৰাছ বাৰ্ড ফ্লুৰ এক নতুন সংস্কৰণ বুলি জানিব পৰা গৈছে। এই ভাইৰাছ সাধাৰণতে পক্ষীৰ পৰী মানৱ দেহলৈ বিয়পি পৰে। এই ভাইৰাছত আক্ৰান্ত বেছিভাগ লোকেই মৃত্যুমুখত পৰিছে। প্ৰত্যেক ১০০ গৰাকী আক্ৰান্ত লোকৰ ৫২ গৰাকীৰে মৃত্যু নিশ্চিত। বৰ্তমানলৈকে ৮৮৭ গৰাকী লোকে H5N1ত আক্ৰান্ত হৈছে আৰু ৪৬২ গৰাকীয়ে মৃত্যুক সাৱতিব লগা হ’ল।
চিকিৎসক তথা স্বাস্থ্য বিজ্ঞানৰ তৰফৰ পৰা এই ভাইৰাছৰ সনৰ্দভ বিশেষ জাননী জাৰি কৰিছে। আৰু প্ৰতিগৰাকীকে সাৱধান হোৱাৰ নিৰ্দেশ জাৰি কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.