আজি ৬ এপ্ৰিল

➡️১৮৮৩ চনত ইটালীৰ প্ৰসিদ্ধ চিত্ৰকৰ ৰাফেলৰ সম্পূৰ্ণ নাম ৰাফেল’ ছানজিঅ’১৫২০ চনত ইটালীৰ চিত্ৰকৰ ৰাফেলৰ মৃত্যু হয়। উল্লেখযোগ্য যে, ১৪৮৩ চনৰ আজিৰ দিনটোতে তেওঁৰ জন্মও হৈছিল।
➡️১৮৯৬ চনত এথেন্সত প্ৰথম আধুনিক অলিম্পিক আৰম্ভ হয়। এই ক্ৰীড়া সমাৰোহ ১৫ এপ্ৰিললৈকে চলে।
➡️১৯০৯ চনত মাৰ্কিন অভিযাত্ৰী ৰবাৰ্ট পিয়েৰীৰ উত্তৰ মেৰুত প্ৰথম খোজ।
➡️১৯১৭ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা।
➡️১৯১৯ চনত ৰাওলাট আইনৰ প্ৰতিবাদত দেষজুৰি হৰতাল।
➡️১৯২৮ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী সাহিত্যিক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কুৱেজৰ জন্ম হয়।
➡️১৯৩০ চনত মহাত্মা গান্ধীৰ ঐতিহাসিক দাণ্ডিযাত্ৰা আৰম্ভ।
➡️১৯৯০ চনত কলা-সংস্কৃতি বিষয়ক অসমীয়া সপ্তাহিক ‘চিত্ৰ সংবাদ’ৰ প্ৰকাশ হয়।
➡️২০০০ চনত পাকিস্তানৰ প্ৰধান মন্ত্ৰী নৱাজ শ্বৰীফক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত।

You might also like
Leave A Reply

Your email address will not be published.