ৰেষ্ট অৱ ইণ্ডিয়াৰ দখলত ইৰাণী কাপ!

দেওবাৰে ৰেষ্ট অৱ ইণ্ডিয়াই মধ্যপ্ৰদেশক ২৩৮ ৰাণত পৰাস্ত কৰি হস্তগত কৰে সন্মানীয় ইৰাণী কাপ

স্প’ৰ্টছ ডেস্ক:

ৰেষ্ট অৱ ইণ্ডিয়াৰ দখলত ইৰাণী কাপ। দেওবাৰে ৰেষ্ট অৱ ইণ্ডিয়াই মধ্যপ্ৰদেশক ২৩৮ ৰাণত পৰাস্ত কৰি হস্তগত কৰে সন্মানীয় ইৰাণী কাপ। জয়ৰ বাবে অসম্ভৱপ্ৰায় ৪৩৭ ৰানৰ লক্ষ্য আগত লৈ পঞ্চম দিনা ৫৮.৪ অভাৰত ১৯৮ ৰান সংগ্ৰহ কৰি ইনিংছ সামৰিবলৈ বাধ্য হয় মধ্যপ্ৰদেশ।

ৰেষ্ট অৱ ইণ্ডিয়াৰ ছিমাৰ মুকেশ কুমাৰ (২/৩৪), অতীত শেঠ (২/৩৭) আৰু নৱদীপ ছাইনীৰ (১/৩৪) লগতে অফ স্পিনাৰ পুলকিত নাৰং (২/২৭) আৰু বাওঁহতীয়া স্পিনাৰ সৌৰভ কুমাৰে (৩ /৬০) দুৰ্দান্ত বলিং প্ৰদৰ্শন কৰে।।

You might also like
Leave A Reply

Your email address will not be published.