উত্তৰ-পূৰ্বাঞ্চলত পুনৰ তিনিটাকৈ ভূমিকম্প!

৭ ঘন্টাৰ ভিতৰত অনুভুত তিনিটাকৈ কম্পন

নৰ্থ-ইষ্ট ডেস্ক:

ত্তৰ-পূৰ্বাঞ্চলত পুনৰ তিনিটাকৈ ভূমিকম্প।৭ ঘন্টাৰ ভিতৰত অনুভুত তিনিটাকৈ কম্পন। মণিপুৰ, মেঘালয় আৰু অসমত অনুভূত হয় এই জোকাৰনি।পুৱতি নিশা ২বাজি ৪৬ মিনিটত মনিপুৰত ৩.২ মাত্ৰাৰ ভূমিকম্প। এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মনিপুৰৰ ন’নে। পুৱা ৬বাজি ৫৭ মিনিটত নামনি অসমত ভূমিকম্পৰ জোকাৰনি। ৩.৭ মাত্ৰাৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল দক্ষিন শালমাৰাৰ মানকাছৰ । পুৱাই মেঘালয়ৰ তুৰাতো অনুভূত হয় ৩.৭ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰনি।।

You might also like
Leave A Reply

Your email address will not be published.