এক দুৰ্ঘটনাত নিহত ২০ হজ যাত্ৰী

নেচনেল ডেস্ক

ছৌদি আৰৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । পবিত্ৰ মক্কালৈ হজযাত্ৰী কঢ়িয়াই অনা এখন বাছ দলঙত খুন্দা মৰাৰ ফলত অগ্নিদগ্ধ হয়।জুইৰ লেলিহান শিখাত জাহ যায় বাছখন। এই দুৰ্ঘটনাত ২০ গৰাকী হজযাত্ৰী জ্বলি ছাই হোৱাৰ বিপৰীতে ২৯ গৰাকী গুৰুতৰভাৱে অগ্নিদগ্ধ হয় । চৌদি আৰৱৰ দক্ষিণ প্ৰদেশ আছিৰত সংঘটিত হৈছে এই ঘটনা। ইছলামৰ পবিত্ৰ নগৰ মক্কা-মদিনালৈ হজযাত্ৰীক কঢ়িয়াই আনিছিল বাছখনে।।

You might also like
Leave A Reply

Your email address will not be published.