নৰ্থ-ইষ্ট ডেস্ক:

সম ৰাইফলছৰ সফল অভিযান। অৰুণাচল প্ৰদেশৰ লংডিঙৰ লংখাও গাঁৱত আটক এন এছ চি এন- কে(ৱা)ৰ এজন সক্ৰিয় কেডাৰ।

এক গোপন সূত্ৰৰ পম খেদি আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ যৌথ অভিযানত আটক কৰা হয় বিদ্ৰোহী কেডাৰ জনক। পিছত আটকাধীন বিদ্ৰোহী কেডাৰ জনক স্থানীয় আৰক্ষীক গতাই দিয়া হয়।

ইয়াৰ পূৰ্বেও সোমবাৰে আছাম ৰাইফলছে অৰুণাচল আৰক্ষীৰ সৈতে যৌথ অভিযান চলাই চাংলাং জিলাত আটক কৰিছিল এন এছ চি এন-কে(ৱা)ৰ ৫ জনকৈ বিদ্ৰোহীক ।।

You might also like
Leave A Reply

Your email address will not be published.