নেচনেল ডেস্ক :

তামিলনাডুৰ উত্তৰ অঞ্চলত ভয়ংকৰ ঘটনা। বিষাক্ত সুৰা সেৱন কৰি ১০ গৰাকী লোকৰ মৃত্যু। মৃতসকলৰ মাজত আছে ৩ গৰাকী মহিলা। চেংগালপট্টু, ভিল্লুপুৰম জিলাত সংঘটিত হয় এই ঘটনা। সম্প্ৰতি ৬ জনকৈ লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। বমি, মূৰ ঘূৰোৱা আদি ৰোগত আক্ৰান্ত হৈ মৃত্যু লোকসকলৰ । ভুক্তভোগী সকলে সম্ভৱতঃ ইথানল-মিথানল পদাৰ্থৰ সৈতে বিষাক্ত সুৰা সেৱন কৰাৰ সন্দেহ আৰক্ষীৰ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

You might also like
Leave A Reply

Your email address will not be published.