▶️১৮৮০ চনৰ আজিৰ দিনটোতেই ভাৰতীয় সাহিত্যিক মুন্সী প্ৰেমচান্দৰ জন্ম হৈছিল।
▶️১৯১২ চনৰ এই দিনটোতেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক এলেন অক্টোভিয়ান হিউমৰ জন্ম হৈছিল।
▶️১৯৩৩ চনৰ এই দিনটোতেই পুনেৰ পৰা মহাত্মা গান্ধীৰ ‘হৰিজন’ পত্ৰিকা প্ৰথম প্ৰকাশ পাইছিল। এই বছৰৰ পৰাই গান্ধীজীৰ পৰামৰ্শত সৰবমতী আশ্ৰমক ‘হৰিজন আশ্ৰম’ নাম দিয়া হয়।একেটা বছৰৰে ৩১ জুলাইৰ মাজনিশা সৰবমতী আশ্ৰম ত্যাগ কৰিছিল গান্ধীজীয়ে।
▶️১৯৭০ চনৰ এই দিনটোতেই নটসূৰ্য ফণী শৰ্মাৰ মৃত্যু।
▶️১৯৮০ চনৰ এই দিনটোতেই হিন্দী ছবিৰ প্ৰসিদ্ধ নেপথ্য গায়ক মহম্মদ ৰফীৰ মৃত্যু।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই লোকসভাৰ প্ৰচাৰ ভাৰতী আইন গ্ৰহণ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই তুলসী দাসক উক্ত বৰ্ষৰ নাট্যাচাৰ্য বঁটা প্ৰদান।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই অসমৰ অন্যতম চিনেমাটোগ্ৰাফাৰ,পৰিচালক অজান বৰুৱাৰ দেহাৱসান।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৩১ জুলাই
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like