১৫৪৭ চনৰ এই দিনটোতেই স্পেইনৰ ঔপন্যাসিক ছাভেদ্ৰা মিগুৱেল ডি কাৰ্ভেন্টিছৰ জন্ম হৈছিল।
১৭২৫ চনৰ আজিৰ দিনটোতেই ইংৰাজ সৈনিক, পিছলৈ ব্ৰিটিছ অধিকৃত ভাৰতৰ প্ৰশাসক ৰবাৰ্ট ক্লাইভৰ জন্ম হৈছিল।
১৭৫৮ চনৰ আজিৰ দিনটোতেই প্ৰাক্তন ব্ৰিটিছ নৌ-সেনাধ্যক্ষ হোৰেচিঅ’ নেলছনৰ জন্ম হৈছিল।
১৯০১ চনৰ এই দিনটোতেই ইটালীৰ নিউক্লীয় পদাৰ্থ বিজ্ঞানী এনৰিকো ফাৰ্মিৰ জন্ম হৈছিল।
১৯১৩ চনৰ আজিৰ দিনটোতেই জাৰ্মান অভিযন্তা,ডিজেল ইঞ্জিনৰ আৱিষ্কাৰক ৰুডলফ ডিজেলৰ জন্ম হৈছিল।
১৯৫৯ চনৰ আজিৰ দিনটোতেই আৰতি সাহাৰ ইংলিছ চেনেল সাঁতুৰি অতিক্ৰম। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা তেৱেঁই প্ৰথম ভাৰতীয় মহিলা।
১৯৬২ চনৰ এই দিনটোতেই কলকাতাত ভাৰতৰ প্ৰথমটো প্লেনেটেৰিয়াম মুকলি।
১৯৭৭ চনৰ এই দিনটোতেই গংগাৰ পানী বিতৰণক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছিল।
১৯৮১ চনৰ আজিৰ দিনটোতেই সাহিত্যিক দেৱেন্দ্ৰনাথ আচাৰ্যৰ মৃত্যু।
২০০২ চনৰ আজিৰ দিনটোতেই দক্ষিণ কোৰিয়াৰ বুছানত চতুৰ্দশ এছিয়ান গেমছ আৰম্ভ হৈছিল।
২০০৪ চনৰ এই দিনটোতেই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড (BCCI)ৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছিল ৰণবীৰ সিং মহেন্দ্ৰ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৯ ছেপ্টেম্বৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like