আজি ১০ অক্টোবৰ

▶️১৭৩১ চনৰ আজিৰ দিনটোতেই ইংৰাজ বিজ্ঞানী হেনৰী কেভেণ্ডিছৰ জন্ম হৈছিল।
▶️১৮৮৫ চনৰ আজিৰ দিনটোতেই আমেৰিকান কবি এজৰা পাউণ্ডৰ জন্ম হৈছিল।
▶️১৮৯৭ চনৰ আজিৰ দিনটোতেই দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ জন্ম হৈছিল।
▶️১৯০৬ চনৰ এই দিনটোতেই ভাৰতীয় ঔপন্যাসিক আৰ কে নাৰায়ণৰ জন্ম হৈছিল।
▶️১৯০৯ চনৰ এই দিনটোতেই সাহিত্যিক ৰমা দাশৰ জন্ম হৈছিল।
▶️১৯৬২ চনৰ এই দিনটোতেই অসম বিধানসভাত চৰকাৰী ভাষা আইন (Official Language Act XXXIII, 1960) উত্থাপন।
▶️১৯৬৪ চনৰ এই দিনটোতেই টকিঅ’ত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ।
▶️১৯৭০ চনৰ আজিৰ দিনটোতেই ফিজিৰ স্বাধীনতা লাভ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই বিজেপি তথা আন কেইটামান দলৰ মিত্ৰজোঁটৰ কেন্দ্ৰত চৰকাৰ গঠন। অটল বিহাৰী বাজপেয়ী পুনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত।
▶️২০০০ চনৰ আজিৰ দিনটোতেই বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী শ্ৰীলংকাৰ শ্ৰীমাভো বন্দৰনায়কৰ দেহাৱসান।
▶️২০০২ চনৰ এই দিনটোতেই হাংগেৰীৰ ঔপন্যাসিক ইমৰে কাৰ্টেজলৈ সাহিত্যৰ নোবেল বঁটা।
▶️২০০৩ চনৰ এই দিনটোতেই ইৰানৰ মানৱাধিকাৰ নেত্ৰী তথা আইনজীৱী শ্বিৰিন এআৰ্ডলৈ শান্তিৰ নোবেল বঁটা।।

You might also like
Leave A Reply

Your email address will not be published.