কুষ্ঠ নিবাৰণী দিৱস।
সর্বোদয় দিৱস।
শ্বহীদ দিৱস।
১৮৮২ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফ্রেংকলিন ছিলেনো ৰুজভেল্টৰ জন্ম।
১৯৪৮ নতুন দিল্লীৰ এখন প্রার্থনা সভাত নাথুৰাম গছেৰ মহাত্মা গান্ধীক গুলীয়াই হত্যা। তেতিয়াৰে পৰা ৩০ জানুৱাৰী দিনটো ভাৰতত শ্বহীদ দিৱস ৰূপে পালন কৰি অহা হৈছে।
১৯৯৯ গোপীনাথ বৰদলৈলৈ মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান।
২০০৪ তেজপুৰত অনুষ্ঠিত অসম গণ পৰিষদৰ ষষ্ঠ ত্রিবার্ষিক অধিৱেশনত বৃন্দাবন গোস্বামী পুনৰ দলটোৰ সভাপতি নির্বাচিত।
২০০৫ পঞ্চাশ বছৰৰ ভিতৰত, ইৰাকত প্ৰথমবাৰৰ বাবে নির্বাচন অনুষ্ঠিত।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৩০ জানুৱাৰী
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like