ইণ্ডোনেছিয়াৰ চুলাৱেছি প্ৰদেশৰ লুউ জিলাত প্ৰকৃতিৰ সংহাৰী ৰূপ। নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত স্তদ্ধ চুলাৱেছি দ্বীপবাসীৰ জন-জীৱন। বানপানী আৰু ভূমিস্খলনত বৰ্তমানলৈ নিহত ১৪ জনকৈ লোক। ১ হাজাৰৰো অধিক ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বানত উটি যায় ৪২টা ঘৰৰ ভেটি । অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে ৰবৰৰ নাওৰে অবাহত ৰাখিছে উদাৰ অভিযান। ১০০ৰো অধিক বাসিন্দাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগ সূত্ৰে প্ৰকাশ।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
You might also like