আজি আন্তৰ্জাতিক পৰিয়াল দিৱস।
➡️১৮৫৯ চনত বিজ্ঞানী পীয়েৰ কুৰীৰ জন্ম।
Related Posts
➡️১৮৭৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানী ভংগৰ সিদ্ধান্ত।
➡️১৯১৪ চনত এভাৰেষ্ট জয়ী পৰ্বতাৰোহী টেনজিং নৰ্গেৰ জন্ম।
➡️১৯৯৬ চনত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে অসমত ‘ অসম গণ পৰিষদ’ দলৰ চৰকাৰ গঠন। ২০০১ চনৰ পৰা ১৭ মে’ লৈকে প্ৰফুল্ল কুমাৰ মহন্তই মুখ্য মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।