১৬৮৭ মোগল সম্রাট ঔৰংগজেৱৰ হায়দৰাবাদৰ গোলকুন্দা দখল।
১৯১৭ ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নির্বাসন।
১৯৪৬ ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক ‘আছাম ট্রিবিউন’ৰ প্ৰকাশ। ১৯৩৯ চনৰ ৪ আগষ্টত কাকতখন প্রথমতে ডিব্ৰুগড়ৰ পৰা সাদিনীয়া ৰূপে প্রকাশ হৈছিল।
১৯৬৬ ব্রিটিছ অধিকৃত দক্ষিণ আফ্রিকাৰ ঔপনিৱেশ বেচুৱানালেণ্ডৰ স্বাধীনতা লাভ। নতুন নাম বোৎছোৱানা।
১৯৮৩ ১৯৪৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে উত্তৰ আৰু দক্ষিণ আফ্ৰিকাৰ সীমান্ত উন্মুক্ত।
১৯৯০ প্রাক্তন উপ-প্রধান মন্ত্ৰী দেৱী লালৰ সংসদৰ পৰা ইস্তফা। ১৯৯৩ মহাৰাষ্ট্ৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত প্রচণ্ড ভূমিকম্প। প্রায় ৯,৭৪৮জন লোকৰ মৃত্যু; ১৫,০০০ লোক আহত। সা-সম্পত্তিৰ বিস্তৰ ক্ষতি। লাটুৰ আৰু ওছমানাবাদ জিলাৰ ৪০খনৰো বেছি গাঁও ধ্বংস।
১৯৯৭ অসমৰ প্ৰাক্তন মুখ্য মন্ত্রী যোগেন্দ্রনাথ হাজৰিকাৰ মৃত্যু। ১৯৯৯ জার্মান ঔপন্যাসিক গুণ্টাৰ গ্ৰাছলৈ শতিকাৰ শেষ সাহিত্যৰ নোবেল বঁটা।
১৯৯৯ ভূ-পৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা ‘আকাশ’ মিছাইলৰ সফল পৰীক্ষণ।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Prev Post
Next Post
You might also like