ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত হ্ৰাস পাইছে ক’ভিডৰ সংক্ৰমণ। ৰাজ্যত দেওবাৰৰ দিনটোত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ৯১গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ৫২ গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ১গৰাকী আক্ৰান্তৰ। ৰাজ্যত বৰ্তমান আক্ৰান্তৰ হাৰ ০.৬২ শতাংশ। সুস্থতাৰ হাৰ ৯৮.৫৩ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ১০,৪৮৮ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৩১৩ ক’ভিড আক্ৰান্ত। ক’ভিড আক্ৰান্তৰ হাৰ ০.৯৪ শতাংশ।আৰোগ্যৰ হাৰ ৯৮.৩০ শতাংশ।।

You might also like
Leave A Reply

Your email address will not be published.