বিৰাট Out, ৰোহিত In

এদিনীয়া আন্তৰ্জাতিক আৰু টি-২০ত টীম ইণ্ডিয়াৰ নেতৃত্বৰ ভাৰ ৰোহিত শৰ্মাক।অহা বছৰ জানুৱাৰীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ভাৰতক নেতৃত্ব দি ৰোহিতে বৰ্তমানৰ অধিনায়ক বিৰাট কোহলিৰ পৰা আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰিব টীম ইণ্ডিয়াৰ অধিনায়কৰ দায়িত্ব। BCCIএ ইতিমধ্যে এই কথা সদৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.