ডিগবৈত বিধ্বংসী অগ্নিকাণ্ড

তিনিচুকীয়া জিলাৰ ডিগবৈত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জ্বলি ছাৰখাৰ হৈছে ৰতন উপাধ্যায় নামৰ ব্যক্তি এজনৰ বাসগৃহ।

Related Posts

অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

You might also like
Leave A Reply

Your email address will not be published.