উত্তৰ-পূৰ্বাঞ্চলৰ বাবে উদ্বেগজনক খবৰ

উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমজন অমিক্ৰ’ণ আক্ৰান্ত চিনাক্ত। পশ্চিম ইম্ফলত আক্ৰান্ত ৪৮ বছৰীয়া লোকজন।২১ ডিচেম্বৰত ক’ভিড পজিটিভ ধৰা পৰিছিল তাঞ্জানিয়াৰ পৰা অহা লোকজনৰ দেহত।পৰৱৰ্তী পৰীক্ষাত ধৰা পৰে অমিক্ৰ’ণৰ সংক্ৰমণ। মণিপুৰৰ লোকজনৰ পৰিয়ালৰ আন ৩ গৰাকী লোকো ক’ভিড পজিটিভ।।

You might also like
Leave A Reply

Your email address will not be published.