ক’ভিড আপডেট

ৰাজ্যত ১.২৯ শতাংশলৈ বাঢ়িল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৪৭৫ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৩ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৯০ জন লোক।

আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৫৮,০৯৭ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৫৩৪ জন।

You might also like
Leave A Reply

Your email address will not be published.