ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ১১ গৰাকী লোক। আক্ৰান্ত সকলৰ ৬ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ২ গৰাকী কাছাৰ জিলাৰ, ১ গৰাকী বঙাইগাঁও জিলাৰ, ১ গৰাকী গোৱালপাৰা জিলাৰ আৰু ১ গৰাকী কাৰ্বি আংলং জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.৬১ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৪ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৫,৯১০ গৰাকী । পজিটিভিটিৰ হাৰ ২.৬০ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৬৯ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৫৩,৯৭৪ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.