জম্মু-কাশ্মীৰত সেনাবাহিনীৰ কনভয়ত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ খানেটাৰ অঞ্চলত সংঘটিত হয় এই ঘটনা

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰত সেনাবাহিনীৰ কনভয়ত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। শুকুৰবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ খানেটাৰ অঞ্চলত সংঘটিত হয় ঘটনাটো। খবৰ মতে, পাহাৰৰ শিখৰৰ পৰা সেনাবাহিনীৰ বাহনলৈ গুলীচালনা কৰে সন্ত্ৰাসবাদীয়ে। প্ৰত্যুত্তৰত জোৱানসকলেও সন্ত্ৰাসবাদীক লক্ষ্য কৰি গুলীচালনা কৰে। খবৰ অনুসৰি বৰ্তমানলৈকে কোনো লোকৰ হতাহতৰ খবৰ পোৱা হোৱা নাই। শেহতীয়াকৈ জিলাখনত সন্ত্ৰাসবাদী আক্ৰমণৰ হাৰ বৃদ্ধি পাইছে।।

You might also like
Leave A Reply

Your email address will not be published.