আজি ১২ জানুৱাৰী

➡️বিবেকানন্দ জয়ন্তী।
➡️ৰাষ্ট্ৰীয় যুৱ দিৱস।
➡️১৭২৯ বিশিষ্ট ব্ৰিটিছ ৰাজনীতিবিদ এডমাণ্ড বাৰ্কৰ জন্ম।
➡️১৮৩৪ গুণাভিৰাম বৰুৱাৰ জন্ম।
➡️১৮৬৩ স্বামী বিবেকানন্দৰ জন্ম।
➡️১৯৩০ ছোভিয়েট ৰাছিয়াৰ ছুজিম ছোভিয়েটৰ প্ৰথম অধিৱেশন।
➡️১৯৭২ শ্বেখ মুজিবুৰ ৰহমান বাংলাদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী। ১৯৭৫ চনলৈকে তেওঁ এই পদবীত কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৭৬ বিশ্ব সাহিত্য়ৰ ৰহস্য় কাহিনীৰ ‘মকুটবিহীন সম্ৰাজ্ঞী’ ৰূপে অভিহিত আগাথা ক্ৰিষ্টিৰ মৃত্য়ু।
➡️২০০২ পাকিস্তানত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাক নিষিদ্ধ ঘোষণা।
➡️২০০৩ ইৰাক সীমান্তলৈ ২৭,০০০ মাৰ্কিন সেনা প্ৰেৰণ।
➡️২০০৫ বলিউদৰ অভিনেতা অমৰীশ পুৰীৰ মৃত্য়ু। কাঞ্চীপুৰম মঠৰ ২,৫০০ বছৰীয়া পৰম্পৰা ভংগ,পীঠৰ বাহিৰত শংকৰাচাৰ্যৰ পূজা।
➡️২০০৬ ছৌদি আৰবৰ মীনাত পদপিষ্ট হৈ ৩৪৫ হজযাত্ৰী নিহত আৰু এহাজাৰৰো অধিক আহত।

You might also like
Leave A Reply

Your email address will not be published.