Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Crime
আফগানিস্তানত হত্যা পুলিৎজাৰ বিজয়ী ভাৰতীয় সাংবাদিক
ইন্টাৰনেচনেল ডেস্ক-
পুনৰ অশান্ত হৈ পৰিছে আফগানিস্তান। তালিবানে দেশখনত আৰম্ভ কৰিছে সন্ত্ৰাস। আফগানিস্তানত হত্যা কৰা হ’ল পুলিৎজাৰ বিজয়ী!-->!-->!-->…
Read More...
Read More...
ম’হখুলিত চকাত গুলীয়াই ৰখোৱা গাড়ীত কি পালে?
ব্যুৰ' ৰিপ'ৰ্ট, এন ই ভাৰত-
নগাঁৱৰ ম'হখুলিত আজি সন্ধ্যা প্ৰায় ৬ বজাত এখন বাহনলৈ লক্ষ্য কৰি অসামৰিক পোছাকত অহা আৰক্ষীৰ দলে গুলীচালনা কৰে।!-->!-->!-->…
Read More...
Read More...
নগাঁৱৰ মহখুলিত আৰক্ষীৰ গুলীচালনা
নগাঁৱৰ মহখুলিত গুলীচালনাৰ ঘটনা।এখন বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।গাড়ীখনত আছিল ৫ জন যুৱক। আৰক্ষীৰ গুলীত চকা ফুটি ৰৈ যায় বাহনখন।!-->…
Read More...
Read More...
প্ৰাক্তন ৰাষ্ট্ৰপতি জুমাৰ শাস্তিয়ে জোকাৰিছে দঃ আফ্ৰিকাক
ইন্টাৰনেচনেল ডেস্ক-
দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাক তেওঁৰ শাসন কালত সংঘটিত কৰা দূৰ্নীতিৰ বাবে আদালতে দিয়া ৰায়দানক অৱমাননাৰ!-->!-->!-->…
Read More...
Read More...
আভ্যন্তৰীণ সংঘৰ্ষত নিহত বীৰাপ্পান!
কাৰ্বি আংলঙৰ বোকাজানত আভ্যন্তৰীণ সংঘৰ্ষত নিহত হয় উগ্ৰপন্থী সংগঠন ইউনাইটেড পিপলছ ৰিভলিউচন ফ্ৰণ্ট (UPRF)ৰ মুৰব্বী মাংগিন খালহা। নিজৰ মাজতে!-->…
Read More...
Read More...
নিশা নগাঁৱত আৰক্ষীৰ গুলীচালনা
Breaking News
⭕নগাঁৱত আৰক্ষীৰ গুলীচালনা⭕নগাৱৰ বৰঘাট মৰিকলং চাৰিআলিত সংঘটিত হয় এই ঘটনা⭕ড্ৰাগছ মাফিয়াক কেন্দ্ৰ কৰি SP আনন্দ মিশ্ৰ বাহিনীৰ!-->!-->!-->…
Read More...
Read More...
গুৱাহাটীত পুনৰ এনকাউন্টাৰ!
ব্যুৰ' ৰিপ'ৰ্ট, এন ই ভাৰত
নিশা জালুকবাৰীত আৰক্ষীৰ গুলীত আহত হৈছে কুখ্যাত ইৰাণী গ্ৰুপৰ এটা সদস্য। আৰক্ষীৰ গুলীত আহত ইৰাণী দলৰ বন্তি যাদৱ।!-->!-->!-->…
Read More...
Read More...
হাইটিৰ ৰাষ্ট্ৰপতিক গুলীয়াই হত্যা
ইন্টাৰনেচনেল ডেস্ক-
হাইটিৰ ৰাষ্ট্ৰপতি জেভেনেল মইছেক বুধবাৰে পুৱতি নিশা অচিনাক্ত আততায়ীয়ে হত্যা কৰে। অচিনাক্ত আততায়ীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ!-->!-->!-->…
Read More...
Read More...
মহানগৰীত নিশা ড্ৰাগছ বিৰোধী অভিযান
ব্যুৰ' ৰিপ'ৰ্ট, এন ই ভাৰত
মহানগৰীত উদ্ধাৰ বৃহত্ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য। নিশা বীৰুবাৰীত আৰক্ষীয়ে চলোৱা অভিযানতে উদ্ধাৰ হয় ড্ৰাগছখিনি।!-->!-->!-->…
Read More...
Read More...
ল’ৰাৰ লগত কথা পতাৰ অপৰাধত ২ যুৱতীক নিৰ্মম প্ৰহাৰ
নেচনেল ডেস্ক, এন ই ভাৰত
মধ্য প্ৰদেশৰ ধাৰ জিলাত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। জিলাখনৰ দুগৰাকী যুৱতীক একাংশ লোকে লাঠিৰে নিৰ্মম ভাবে!-->!-->!-->!-->!-->…
Read More...
Read More...