Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Crime
আভ্যন্তৰীণ সংঘৰ্ষত নিহত বীৰাপ্পান!
কাৰ্বি আংলঙৰ বোকাজানত আভ্যন্তৰীণ সংঘৰ্ষত নিহত হয় উগ্ৰপন্থী সংগঠন ইউনাইটেড পিপলছ ৰিভলিউচন ফ্ৰণ্ট (UPRF)ৰ মুৰব্বী মাংগিন খালহা। নিজৰ মাজতে!-->…
Read More...
Read More...
নিশা নগাঁৱত আৰক্ষীৰ গুলীচালনা
Breaking News
⭕নগাঁৱত আৰক্ষীৰ গুলীচালনা⭕নগাৱৰ বৰঘাট মৰিকলং চাৰিআলিত সংঘটিত হয় এই ঘটনা⭕ড্ৰাগছ মাফিয়াক কেন্দ্ৰ কৰি SP আনন্দ মিশ্ৰ বাহিনীৰ!-->!-->!-->…
Read More...
Read More...
গুৱাহাটীত পুনৰ এনকাউন্টাৰ!
ব্যুৰ' ৰিপ'ৰ্ট, এন ই ভাৰত
নিশা জালুকবাৰীত আৰক্ষীৰ গুলীত আহত হৈছে কুখ্যাত ইৰাণী গ্ৰুপৰ এটা সদস্য। আৰক্ষীৰ গুলীত আহত ইৰাণী দলৰ বন্তি যাদৱ।!-->!-->!-->…
Read More...
Read More...
হাইটিৰ ৰাষ্ট্ৰপতিক গুলীয়াই হত্যা
ইন্টাৰনেচনেল ডেস্ক-
হাইটিৰ ৰাষ্ট্ৰপতি জেভেনেল মইছেক বুধবাৰে পুৱতি নিশা অচিনাক্ত আততায়ীয়ে হত্যা কৰে। অচিনাক্ত আততায়ীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ!-->!-->!-->…
Read More...
Read More...
মহানগৰীত নিশা ড্ৰাগছ বিৰোধী অভিযান
ব্যুৰ' ৰিপ'ৰ্ট, এন ই ভাৰত
মহানগৰীত উদ্ধাৰ বৃহত্ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য। নিশা বীৰুবাৰীত আৰক্ষীয়ে চলোৱা অভিযানতে উদ্ধাৰ হয় ড্ৰাগছখিনি।!-->!-->!-->…
Read More...
Read More...
ল’ৰাৰ লগত কথা পতাৰ অপৰাধত ২ যুৱতীক নিৰ্মম প্ৰহাৰ
নেচনেল ডেস্ক, এন ই ভাৰত
মধ্য প্ৰদেশৰ ধাৰ জিলাত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। জিলাখনৰ দুগৰাকী যুৱতীক একাংশ লোকে লাঠিৰে নিৰ্মম ভাবে!-->!-->!-->!-->!-->…
Read More...
Read More...
ৰাণী বনাঞ্চলত উদ্ধাৰ জয়ন্ত-কুশল
ব্যুৰ' ৰিপ'ৰ্ট, এন ই ভাৰত
অবশেষত ৩ দিনৰ মুৰত উদ্ধাৰ হ'ল মহানগৰীৰ অপহৃত দুই যুৱ-ব্যবসায়ী জয়ন্ত কছাৰী আৰু কুশল কলিতা।মহানগৰীৰ!-->!-->!-->!-->!-->…
Read More...
Read More...
অজিত দাস অপহৰণৰ মাষ্টাৰ মাইণ্ড এনকাউন্টাৰত নিহত
ব্যুৰ' ৰিপ'ৰ্ট, এন ই ভাৰত
কাৰ্বি আংলঙৰ দলদলি ৰিজাৰ্ভ বনাঞ্চলত সংঘৰ্ষত নিহত ব্যৱসায়ি অজিত দাসৰ অপহৰণ কাণ্ডৰ মূল অভিযুক্ত কানৱালদীপ সিং!-->!-->!-->…
Read More...
Read More...
মহানগৰীৰ অপহৃত ব্যৱসায়ীক জাগীৰোডত উদ্ধাৰ
ব্যুৰ' ৰিপ'ৰ্ট, এন ই ভাৰত
মহানগৰীৰ মালিগাৱঁৰ কালীবাৰী ৰে'লৱে কলনীৰ পৰা ২৩ জুনত অপহৰণ কৰা ব্যৱসায়ী অজিত দাসক জাগীৰোডৰ দুৰ্গম পাহাৰীয়া!-->!-->!-->…
Read More...
Read More...
আৰক্ষীৰ জালত ভূৰাগাঁৱৰ ধৰ্ষণ-হত্যাকাৰী
ব্যুৰ' ৰিপ'ৰ্ট, এন ই ভাৰত
অপৰাধৰ সকলো সীমা চেৰোৱা ভূৰাগাঁৱৰ নৃশংস ধৰ্ষণ-হত্যাকাণ্ডৰ নৰপিশাচক গ্ৰেপ্তাৰ। ধৃত পাষণ্ডটো স্থানীয় মছজিদৰ!-->!-->!-->…
Read More...
Read More...