Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Movie
আজি ৮ ছেপ্টেম্বৰ
➡️ আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস।
➡️ ১৫০৪ চনৰ ৮ ছেপ্তেম্বৰত মাইকেল এঞ্জেলোৰ প্ৰসিদ্ধ শিল্পকৃতি ‘ডেভিদ’ক ফ্লোৰেন্সৰ এটা গিৰ্জাত স্থাপন কৰা!-->!-->!-->…
Read More...
Read More...
‘বিগ বি’ৰ জনপ্ৰিয় KBCত অসমৰ ‘মামা’!
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ 'বিগ বি' অমিতাভ বচ্চনৰ জনপ্ৰিয় অনুষ্ঠান 'কৌন বনেগা কড়ৌৰপতি'ত প্ৰশ্ন। অমিতাভৰ প্ৰশ্ন- কি নামেৰে!-->…
Read More...
Read More...
বিশিষ্ট পৰিচালক, গীতিকাৰ বিপুল কুমাৰ বৰুৱাৰ মৃত্যু
বিশিষ্ট নাট্যকাৰ, চিত্ৰ পৰিচালক, গীতিকাৰ বিপুল কুমাৰ বৰুৱাৰ দেহাৱসান। সোমবাৰে গুৱাহাটীৰ হাতীগড় চাৰিআলিৰ নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে!-->…
Read More...
Read More...
আজি ৭ ছেপ্টেম্বৰ
➡️ ১৫৩৩ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ জন্ম হৈছিল ।
➡️ ১৯০৭ চনৰ ৭ ছেপ্টেম্বৰত সাহিত্যত প্ৰথম ন'বেল বঁটা বিজয়ী ছালী!-->!-->!-->…
Read More...
Read More...
আজি ৬ ছেপ্টেম্বৰ
➡️১৬৫৭ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট শ্বাহজাহান আকস্মিকভাৱে অসুস্থ হৈছিল। লগে লগে সিংহাসন দখলৰ বাবে পাৰিবাৰিক সংঘৰ্ষ আৰম্ভ হৈছিল ।
➡️ ১৭৬৬!-->!-->!-->…
Read More...
Read More...
আজি ৫ ছেপ্টেম্বৰ
➡️ আজি শিক্ষক দিৱস।
➡️ ১৬১২ চনৰ আজিৰ দিনটোতে চাৰিখন যুদ্ধজাহাজেৰে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নৌ-বাহিনী গঠন কৰিছিল ।
➡️ ১৮২৭ চনৰ ৫!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ৪ ছেপ্টেম্বৰ
➡️ ১৮২৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাতা দাদা ভাই নৌৰজীৰ জন্ম হৈছিল ।!-->…
Read More...
Read More...
আজি ৩ ছেপ্টেম্বৰ
➡️ আজি অভিৰুচি ক্ৰীড়া দিৱস।
➡️ ১৭৮৩ চনৰ ৩ ছেপ্তেম্বৰত পেৰিছত গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। ইতিহাসত!-->!-->!-->…
Read More...
Read More...
‘বিগ বছ’ খ্যাত অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ অকাল মৃত্যু
অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় অভিনেতা গৰাকীৰ। মাত্ৰ ৪০ বছৰ বয়সত মুম্বাইৰ কাপুৰ হাস্পতালত চিকিৎসাধীন!-->…
Read More...
Read More...
আজি ২ ছেপ্টেম্বৰ
➡️ ১৫৭৩ চনৰ ২ ছেপ্তেম্বৰত মোগল সম্ৰাট আকবৰে গুজৰাট দখল কৰিছিল।
➡️ ১৬৭৫ চনৰ আজিৰ দিনটোতে খ্যাতনামা ইংৰাজ লেখক উইলিয়াম ছামাৰভিলৰ জন্ম!-->!-->!-->…
Read More...
Read More...