Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Movie
আজি ৪ আগষ্ট
➡️ ইংৰাজ ৰোমান্টিক কবি শ্বেলীৰ জন্ম হৈছিল ১৭৯২ চনৰ আজিৰ দিনটোতে।
➡️ ১৮৭৫ চনৰ ৪ আগষ্টত ডেনমাৰ্কৰ কবি আৰু ৰূপকথাকাৰ হান্ছ এণ্ডাৰছনৰ!-->!-->!-->…
Read More...
Read More...
সুৰ চুৰিৰ বিতৰ্কৰে বিশ্ব জুৰি চৰ্চিত অনু মালিক
এজন ইজৰাইলৰ জিমনাষ্ট, ওৰ্টেম ডোলগোপাটে সোনৰ পদক লাভ কৰে চলিত টকিঅ’ অলিম্পিকত। সোনৰ পদক জিনি ইজৰাইলী জিমনাষ্টজন মঞ্চত উঠাৰ লগে লগে অলিম্পিকৰ!-->…
Read More...
Read More...
আজি ৩ আগষ্ট
➡️ ১৩৪৭ চনৰ ৩ আগষ্টত আলাউদ্দিন হাছান ওৰফে জাফৰ খানে বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।
➡️ ১৮৮৫ চনৰ আজিৰ দিনটোতেই উমেশ চন্দ্ৰ!-->!-->!-->…
Read More...
Read More...
আজি ২ আগষ্ট
➡️ ১৯২২ চনৰ ২ আগষ্টত স্কটলেণ্ডৰ পদাৰ্থ-বিজ্ঞানী, টেলিফোনৰ আৱিস্কাৰক আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ মৃত্যু হৈছিল ।
➡️ ১৯৫৪ চনৰ আজিৰ দিনটোতেই!-->!-->!-->…
Read More...
Read More...
আজি ১ আগষ্ট
➡️ ১৪৯৮ খ্ৰীষ্টফাৰ আজিৰ দিনটোতে কলম্বাছে দক্ষিণ আমেৰিকাৰ মুল ভূ-ভাগ আৱিস্কাৰ কৰিছিল।
➡️ ১৯১৬ চনৰ ১ আগষ্টৰ পৰাই এনী বেছাণ্টৰ হোম ৰুল!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ৩১ জুলাই
➡️ ১৮৮০ চনৰ ৩১ জুলাইত ভাৰতীয় সাহিত্যিক মুন্সী প্ৰেমচান্দৰ জন্ম হৈছিল।
➡️ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা এলেন অক্টোভিয়ান হিউমৰ জন্ম!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ৩০ জুলাই
➡️ ১৯৭৩ চনৰ ৩০ জুলাইত মহীশূৰৰ নাম সলনি কৰি নতুন নাম কৰ্ণাটক দিয়া হৈছিল।
➡️ বীৰাপ্পানৰ দ্বাৰা প্ৰসিদ্ধ কানাড়া অভিনেতা ৰাজকুমাৰক অপহৰণ কৰা!-->!-->!-->…
Read More...
Read More...
আজি ২৯ জুলাই
➡️১৫০৬ চনৰ ২৯ জুলাইত পৃথিৱীৰ প্ৰথম গোলক (globe) নিৰ্মাতা জাৰ্মানীৰ মাৰ্টিন বেহাইমৰ মৃত্যু হৈছিল।
➡️ চিত্ৰশিল্পী ভিনচেন্ট ভেন গঘে!-->!-->!-->…
Read More...
Read More...
আজি ২৮ জুলাই
➡️ ১৭৫০ চনৰ ২৮ জুলাইত ইউৰোপৰ বিশিষ্ট সংগীতশিল্পী যোহান ছেৱাষ্টিন বাখৰৰ মৃত্যু হৈছিল ।
➡️ পেৰুৱে স্বাধীনতা লাভ কৰিছিল ১৮২১ চনৰ আজিৰ!-->!-->!-->…
Read More...
Read More...
আজি ২৭ জুলাই
➡️ ১৮৪৪ চনৰ আজিৰ দিনটোতে ৰসায়নবিদ, পৰমাণুতত্ত্বৰ প্ৰৱৰ্তক জন ডেল্টনৰ মৃত্যু হৈছিল।
➡️ ১৮৭৫ চনৰ ২৭ জুলাইত বিশিষ্ট চিকাৰী তথা লেখক জিম!-->!-->!-->…
Read More...
Read More...