Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Movie
আজি ২৬ জুলাই
➡️ আজি মালদ্বীপৰ স্বাধীনতা দিৱস। ১৯৬৫ চনৰ আজিৰ দিনটোতে মালদ্বীপে স্বাধীনতা লাভ কৰিছিল ।
➡️ ১৯৭৮ চনৰ ২৬ জুলাইত লণ্ডনত বিশ্বৰ প্ৰথমটো টেষ্ট!-->!-->!-->…
Read More...
Read More...
আজি ২৫ জুলাই
➡️ ১৮৩৪ চনৰ আজিৰ দিনটোতে ইংৰাজ ৰোমান্টিক কবি ছেমুৱেল টেইলৰ ক’লৰিজৰ মৃত্যু হৈছিল।
➡️ ১৮৯৫ চনৰ ২৫ জুলাইত বিজ্ঞানী মেৰী কুৰী আৰু পীয়েৰ কুৰীৰ!-->!-->!-->…
Read More...
Read More...
আজি ২৪ জুলাই
➡️ আজি ইজিপ্টৰ ৰাষ্ট্ৰীয় দিৱস।
➡️ ১৯৯৭ চনৰ ২৪ জুলাইত বিশিষ্ট বাংলা সাহিত্যিক মহাশ্বেতা দেৱীলৈ ৰমণ মেগছেছে বঁটা ঘোষণা কৰা হৈছিল ।
➡️!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ২৩ জুলাই
➡️ ১৮৫৬ চনৰ ২৩ জুলাইত স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকৰ জন্ম হৈছিল।
➡️ ব্যৱসায়িক ভিত্তিত চিলাই কলৰ উৎপাদক আৰম্ভ কৰা আইজাক মেৰিট ছিংগাৰৰ!-->!-->!-->…
Read More...
Read More...
আজি ২২ জুলাই
➡️ ১৭০২ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ডাচ্চ ইষ্ট ইণ্ডিয়া কোম্পানী একত্ৰীকৰণ কৰা হৈছিল। নতুন নাম দিয়া হৈছিল ‘ইউনাইটেড!-->…
Read More...
Read More...
আজি ২০ জুলাই
➡️ ১৩০৪ চনৰ ২০ জুলাইত ইটালীৰ কবি, পণ্ডিত পেট্ৰাৰ্কৰ জন্ম হৈছিল ।
➡️ ভাৰতীয় ছবিজগতৰ স্বনামধন্য অভিনেতা নাছিৰুদ্দিন শ্বাহৰ জন্ম হৈছিল ১৯৫০!-->!-->!-->…
Read More...
Read More...
আজি ১৯ জুলাই
➡️ ১২৯৬ চনৰ ১৯ জুলাইত আলাউদ্দিন খিলিজীয়ে দিল্লীৰ সিংহাসন অধিকাৰ কৰিছিল ।
➡️ বাংলা সাহিত্যৰ যশস্বী লেখক বলাইচান্দ মুখোপাধ্যায়ৰ (‘বনফুল’!-->!-->!-->…
Read More...
Read More...
আজি ১৮ জুলাই
➡️ ১৯১৮ চনৰ ১৮ জুলাইত দক্ষিণ আফ্ৰিকাৰ বৰ্ণবিদ্বেষ সংগ্ৰামৰ নেতা নেলছন মেণ্ডেলাৰ জন্ম হৈছিল।
➡️ আডল্ফ হিট্লাৰৰ আত্মজীৱনী ‘মাইন কাম্ফ’ৰ!-->!-->!-->…
Read More...
Read More...
ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী সুৰেখা চিক্ৰি আৰু নাই
নেচনেল ডেস্ক, এন ই ভাৰত
তিনিবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী প্ৰবীণ অভিনেত্ৰী সুৰেখা চিক্ৰি আৰু নাই। আজি ৰাতিপুৱা হৃদৰোগত আক্ৰান্ত!-->!-->!-->…
Read More...
Read More...
বিৱাহ নৌহওঁতেই বিচ্ছেদ! কি হ’ব ‘ৰণলীয়া’ৰ?
এন্টাৰটেইনমেন্ট ডেস্ক-
বলিউডত বিগত এটা সপ্তাহে আমিৰ খান আৰু কিৰণ ৰাৱৰ বিচ্ছেদৰ খবৰে তোলপাল লগাই থকাৰ সময়তে আহিছে অন্য এক খবৰ। আমিৰ-কিৰণৰ!-->!-->!-->…
Read More...
Read More...