Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Today in HIstory
আজি ১৮ অক্টোবৰ
▶️১৮৭১ চনৰ ১৮ অক্টোবৰত আধুনিক কম্পিউটাৰৰ জনক চাৰ্লছ বেবেজৰ মৃত্যু।
▶️১৯৩১ চনৰ আজিৰ দিনটোতেই মাৰ্কিন বিজ্ঞানী টমাছ আলভা এডিচনৰ মৃত্যু হৈছিল।…
Read More...
Read More...
আজি ১৭ অক্টোবৰ
▶️আজি অসম ক্ৰীড়া দিৱস
▶️১৬০৫ চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট আকবৰৰ মৃত্যু হৈছিল।
▶️১৮১৭ চনৰ আজিৰ দিনটোতেই ছাৰ চৈয়দ আহমেদ খাঁৰ মৃত্যু।তেওঁ…
Read More...
Read More...
আজি ১৬ অক্টোবৰ
▶️আজি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস।
▶️১৮৩৫ চনৰ আজিৰ দিনটোতেই ঝান্সীৰ ৰাণী লক্ষ্মীবাই (প্ৰকৃত নাম মণিকৰ্ণিকা)ৰ বাৰানসীত জন্ম হৈছিল।…
Read More...
Read More...
আজি ১৫ অক্টোবৰ
▶️খ্ৰীষ্টপূৰ্ব ৭০ ৰোমৰ মহাকবি ভাৰ্জিলৰ জন্ম।
▶️১৫৪১ চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট আকবৰৰ জন্ম।
▶️১৬০৬ চনৰ ১৫ অক্টোবৰত ইটালীৰ পদাৰ্থবিদ,…
Read More...
Read More...
আজি ১৪ অক্টোবৰ
▶️আজি বিশ্ব মান দিৱস।
▶️১২৪০ চনৰ আজিৰ দিনটোতেই ভাৰতীয় প্ৰথম মহিলা মুছলমান শাসক ৰেজিয়া চুলতানাৰ মৃত্যু হৈছিল।
▶️১৯২৪ চনৰ ১৪ অক্টোবৰত…
Read More...
Read More...
আজি ১৩ অক্টোবৰ
▶️১৯১১ চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি অশোক কুমাৰৰ জন্ম হৈছিল।
▶️১৯১১ চনৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল ভগ্নী নিবেদিতাৰ।…
Read More...
Read More...
আজি ১২ অক্টোবৰ
➡️১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাজহুৱা খণ্ডৰ শিল্পী প্ৰতিষ্ঠান ভিলাই ইস্পাট কাৰখানাত প্ৰথম ইস্পাট উৎপাদন আৰম্ভ হৈছিল।
➡️১৯৬৭ চনৰ ১২ অক্টোবৰত…
Read More...
Read More...
আজি ১২ অক্টোবৰ
➡️১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাজহুৱা খণ্ডৰ শিল্পী প্ৰতিষ্ঠান ভিলাই ইস্পাট কাৰখানাত প্ৰথম ইস্পাট উৎপাদন আৰম্ভ হৈছিল।
➡️১৯৬৭ চনৰ ১২ অক্টোবৰত…
Read More...
Read More...
আজি ১১ অক্টোবৰ
➡️ ১৭৩৭ চনৰ আজিৰ দিনটোতে কলকাতাত প্ৰবল ভূমিকম্পৰ ফলত প্ৰায় তিনি লাখ লোকৰ মৃত্যু হৈছিল।
➡️১৮৮৯ চনৰ ১১ অক্টোবৰত ইংৰাজ পদাৰ্থবিদ জেমছ প্ৰেছকট…
Read More...
Read More...
আজি ১০ অক্টোবৰ
➡️১৭৩১ চনৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী হেনৰী কেভেণ্ডিছৰ জন্ম হৈছিল।
➡️১৮৮৫ চনৰ ১০ অক্টোবৰত আমেৰিকান কবি এজৰা পাউণ্ডৰ জন্ম হৈছিল।…
Read More...
Read More...