গুৱাহাটী যান-বাহন আৰক্ষীৰ বিশেষ নির্দেশনা জাৰি

জি আৰু ১৯ মে’ত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত IPL মেচ। খেল দুখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী যান-বাহন আৰক্ষীৰ বিশেষ নির্দেশনা জাৰি। উক্ত দিন দুটাত দিনৰ ৩ বজাৰ পৰা নিশা ১২ বজালৈ এই নিষেধাজ্ঞা। ৰাষ্ট্ৰীয় ঘাইপথৰ মহানগৰীৰ অংশত গধুৰ যান-বাহন,বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা। আৰ্য নগৰৰ পৰা লখৰা চাৰিআলিলৈ যোৱা পথটো ৱান ৱে হ’ব। লালগণেশ তিনি আলিৰ পৰা খেলৰ কাৰ পাছ থকা বাহনহে বর্ষাপাৰালৈ চলাচলৰ অনুমতি। এই নিষেধাজ্ঞা প্ৰযোজ্য নহয় শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম নাগৰিকৰ। জৰুৰীকালীন বাহন, স্কুল বাছ আদিৰ চলাচল সুচল হোৱাকৈ এই নিৰ্দেশনা।

You might also like
Leave A Reply

Your email address will not be published.