আজি ১৪ আগষ্ট

পাকিস্তানৰ স্বাধীনতা দিৱস।

➡️১৯৫৬ কেৰালাৰ মালয়ালম ভাষাৰ উৎকৃষ্ট সাহিত্যৰাজি প্রকাশ কৰা, শ্রেষ্ঠ গ্রন্থাকাৰলৈ বঁটা প্ৰদান কৰা, ভাষা-সাহিত্যৰ

➡️গৱেষণাৰ বাবে উৎসাহ প্রদানৰ উদ্দেশ্যে কেৰালা সাহিত্য অকাডেমি গঠন।

➡️১৮৯৩ পেৰিছত বিশ্বৰ প্ৰথম মটৰগাড়ীত নম্বৰ-প্লেট লগোৱাৰ ৰীতি আৰম্ভ।

➡️১৯৪৭ ভাৰত বিভাজন। স্বতন্ত্র স্বাধীন ৰাষ্ট্ৰ ৰূপে পাকিস্তানৰ জন্ম।

➡️১৯৪৫ মিত্রশক্তিৰ ওচৰত জাপানৰ আত্মসমর্পণ, দ্বিতীয় মহাসমৰৰ অৱসান।

➡️১৮৬২ বোম্বাই উচ্চ ন্যায়ালয় মুকলি।

➡️১৯৮৮ মোৰাৰজী দেশাইলৈ পাকিস্তান চৰকাৰৰ সৰ্বোচ্চ নাগৰিক সম্মান।

➡️১৯৫৬ প্রসিদ্ধ জার্মান নাট্যকাৰ বার্টোল্ড ব্লেফ্টৰ মৃত্যু।

➡️২০০৪ এজনী স্কুলীয়া ছাত্ৰীক ধর্ষণ আৰু পিছত হত্যাৰ অভিযোগত কলকাতাত ধনঞ্জয় চেটার্জীৰ ফাঁচি।

➡️১৯২৩ যশস্বী সাংবাদিক কুলদীপ নায়াৰৰ জন্ম।

You might also like
Leave A Reply

Your email address will not be published.