আজি ১৯ আগষ্ট

আফগানিস্তানৰ স্বাধীনতা দিৱস।

➡️১৯৯৪ দুবাৰকৈ (১৯৫৪, ১৯৬২) নোবেল জয়ী বিজ্ঞানী লিনাছ পাউলিঙৰ মৃত্যু।

➡️১৯৯৩ নেপালী ভাষা-সাহিত্যৰ সংৰক্ষণ আৰু বিকাশৰ অৰ্থে কাৰ্বি আংলঙৰ হাৱাইপুৰত অসম নেপালী সাহিত্য সভাৰ জন্ম। প্রথম সভাপতি লক্ষ্মীপ্রসাদ পৰাজুলী আৰু সম্পাদক হৰ্ষ বাহাদুৰ চেত্ৰী।

➡️১৬৬২ বিজ্ঞানী ব্লেইজ পাস্কেলৰ মৃত্যু।

➡️১৮৮০ সাহিত্যিক জ্ঞানদাভিৰাম বৰুৱাৰ জন্ম।

➡️১৯০৪ গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ জন্ম।

➡️১৯১৮ ভাৰতৰ নৱম ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাৰ জন্ম।

➡️১৯২৬ কবি-সমালোচক অজিৎ বৰুৱাৰ জন্ম।

➡️১৯৩৬ স্পেইনৰ কবি, নাট্যকাৰ ফেডেৰিকো গাথিয়া লৰকাৰ মৃত্যু।

➡️১৯৩৯ জার্মানীৰ বিৰুদ্ধে ব্রিটেইন আৰু ফ্ৰান্সৰ যুদ্ধ ঘোষণা। চৰকাৰীভাৱে দ্বিতীয় মহাসমৰ আৰম্ভ। ৩০ ছেপ্টেম্বৰৰ

পৰা এই যুদ্ধ ঘনীভূত হয়। ১৯৪৯ ভুবনেশ্বৰক উৰিষ্যাৰ ৰাজধানী ৰূপে ঘোষণা। ২০০০ বড়ো সাহিত্য সভাৰ সভাপতি বিনেশ্বৰ ব্ৰহ্ম আততানীৰ হাতত নিহত।

➡️২০০১ মধ্যপ্রাচ্যত পেলেষ্টাইন-ইজৰাইলৰ মাজত। যুদ্ধ অব্যাহত। ২০০২ ইউৰোপৰ জাৰ্মানী, অষ্ট্রিয়া, হাংগেৰী আদি দেশ প্রবল বানৰ কবলত।

➡️ ভেৰোঁ সিং শেখাৱতৰ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ। ২০০৭ চনৰ ২১ জুলাইলৈকে তেওঁ ‘ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে।

You might also like
Leave A Reply

Your email address will not be published.