আজি ২৮ আগষ্ট

➡️১৭৪৯ জার্মান সাহিত্যিক যোহান উলফগেং ভন গোটৰ জন্ম।

➡️২০০২ দেশৰ ভিতৰত প্ৰথমটো বন্যপ্রাণী উদ্ধাৰ কেন্দ্ৰ অসমৰ কাজিৰঙাত স্থাপন।

➡️২০০২ অসমৰ ৰাজ্যপাল এছ কে সিনহা দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ ৰাজ্যপাল হিচাপে মনোনীত।

➡️১৯৭২ ভাৰতত সাধাৰণ বীমা ৰাষ্ট্ৰীয়কৰণ।

➡️১৯০৪ কলকাতা আৰু বেৰেকপুৰৰ মাজত ভাৰতৰ প্ৰথম কাৰ ৰেলী।

➡️২০০৭ ভাৰতীয় বিজ্ঞানীৰ দাবী- লাডাখত পর্যাপ্ত পৰিমাণৰ ইউৰেনিয়াম সঞ্চিত হৈ আছে।

➡️১৭৮৯ বিজ্ঞানী উইলিয়াম হাছেলৰ শনিৰ উপগ্রহ এনচেলাডুছ আৱিষ্কাৰ।

➡️১৯৬৩ রাশিংটনৰ এক বিশাল সমাৱেশত মার্টিন লুথাৰ কিঙৰ (জুনিয়ৰ) ‘আই হেভ এ ড্রীম’ (I have a dream) শীর্ষক প্রসিদ্ধ বক্তৃতা প্রদান।

➡️১৯৯০ কুৱেইটক ইৰাকৰ ১৯তম প্রদেশ ৰূপে ঘোষণা।

You might also like
Leave A Reply

Your email address will not be published.