আজি ১০ জুলাই

বাহামাৰ ৰাষ্ট্ৰীয় দিৱস।
➡️১৮৫৭ চনত মীৰাটত চিপাহী বিদ্ৰোহ আৰম্ভ।
➡️১৯৩৮ চনত খ্যাতিমান পদাৰ্থ-বিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ জন্ম।
➡️১৯৪৯ চনত ভাৰতীয় ক্ৰিকেটাৰ সুনীল মনোহৰ গাভাস্কাৰৰ জন্ম।
➡️১৯৬৫ চনত গোৱালিয়ৰত ভাৰতৰ প্ৰথমখন মহিলা এন চি চি কলেজ মুকলি।
➡️১৯৭৩ চনত কেৰিবিয়ান সাগৰৰ দ্বীপৰাষ্ট্ৰ বাহামাৰ স্বাধীনতা লাভ।

You might also like
Leave A Reply

Your email address will not be published.