[7:01 AM, 8/21/2023] Anoop NE: ▶️১৯৯৫ চনৰ আজিৰ দিনটোতেই ভাৰতীয় বিজ্ঞানী সুব্ৰাহ্মণ্যম চন্দ্ৰশেখৰৰ জন্ম হৈছিল।
▶️১৯৮৮ চনৰ আজিৰ দিনটোতেই উত্তৰ ভাৰত, পূৱ ভাৰত আৰু নেপালৰ বিভিন্ন স্থানত সংঘটিত ভূমিকম্পত ৭৫০ লোকৰ প্ৰাণহানি।
▶️১৯৮৮ চনৰ আজিৰ দিনটোতেই ইৰাক আৰু ইৰানৰ মাজত সাময়িক যুদ্ধবিৰতি।
▶️১৯৩৮ চনৰ আজিৰ দিনটোতেই কবি-নাট্যকাৰ গণেশ চন্দ্ৰ গগৈৰ মৃত্যু।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই লাটভিয়াৰ পূৰ্ণ স্বাধীনতা লাভ।
▶️১৯৭২ চনৰ এই দিনটোতেই ভাৰতত বন সংৰক্ষণ আইন গৃহীত।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল কৃষ্ণ কান্ত।২০০২ চনলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২১ আগষ্ট
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like