আজি ২৫ ডিচেম্বৰ

➡️আজি পবিত্ৰ বৰদিন।
➡️১৮৬১ চনৰ আজিৰ দিনটোতে মদন মোহন মালব্যৰ জন্ম।
➡️১৮৭৬ পাকিস্তানৰ জন্মদাতা মহম্মদ আলী জিন্নাৰ জন্ম।
➡️১৯২৪ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ জন্ম।
➡️১৯৭২ প্ৰথম ভাৰতীয় গৱৰ্ণৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীৰ মৃত্যু।
➡️১৯৭৭ বিশ্ব বিখ্যাত শিল্পী চাৰ্লি চেপলিনৰ মৃত্যু।
➡️১৯৯১ ছোভিয়েট ৰাছিয়াৰ ছুপ্ৰিম ছোভিয়েট ভংগ, মিখাইল গৰ্বাচেভৰ পদত্যাগ।
➡️১৯৯৪ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইল সিঙৰ মৃত্যু।
➡️২০০১ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অতুল চন্দ্ৰ বৰুৱাৰ মৃত্যু।
➡️২০০৫ বিশিষ্ট সমাজকৰ্মী, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.