আজি ২ ফেব্ৰুৱাৰী

⏩বিশ্ব জলাশয় দিৱস।
⏩১৮১৪ কলকাতাত ভাৰতৰ প্ৰথমটো যাদুঘৰ বা মিউজিয়াম ‘ইণ্ডিয়ান মিউজিয়াম’ প্ৰতিষ্ঠা।
⏩১৮৬২ কলকাতাত ভাৰতৰ প্ৰথমখন উচ্চ ন্যায়ালয় স্থাপন।
⏩১৮৮২ আইৰিছ ঔপন্যাসিক জেম্ছ জয়চৰ জন্ম।
⏩১৯০৭ ৰাছিয়াৰ ৰাসায়ানবিদ ডমিট্ৰি আইনভান’ভিচ মেণ্ডেলিয়েডৰ মৃত্যু।
⏩১৯৭০ ইংৰাজ দাৰ্শনিক, সাহিত্য়ক বাৰ্ট্ৰাণ্ড ৰাছেলৰ মৃত্যু।
⏩১৯৮৭ হলীউডৰ শতবাৰ্ষিকী উদযাপন।
⏩১৯৮৮ সাহিত্যিক ত্ৰৈলোক্যনাথ গোস্বামীৰ মৃত্যু।
⏩২০০৫ মৃণাল সেনক ২০০৩ চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান।

You might also like
Leave A Reply

Your email address will not be published.