আজি আন্তৰ্জাতিক সমবায় দিৱস।
১৩০৭ চনৰ আজিৰ দিনটোতেই স্কটলেণ্ড আক্ৰমণ কৰিবলৈ যাওঁতে ইংলেণ্ডৰ ৰজা প্ৰথম এডৱাৰ্ডৰ মৃত্যু।পুত্ৰ দ্বিতীয় এডৱাৰ্ড ইংলেণ্ডৰ ৰাজ সিংহাসনত অধিষ্ঠিত।
১৭৬৩ চনৰ এই দিনটোতেই মীৰজাফৰ পুনৰ বংগৰ নবাব পদত অধিষ্ঠিত।
১৮৯৬ চনৰ আজিৰ দিনটোতেই ভাৰতলৈ চিনেমাৰ আগমন। ফ্ৰান্সৰ লুমিয়েৰ ভাতৃদ্বয়ৰ উদ্যোগত মুম্বাইত প্ৰথম চিনেমা প্ৰদৰ্শন।
১৯৩০ চনৰ আজিৰ দিনটোতেই ইংৰাজ ৰহস্য উপন্যাসিক ছাৰ আৰ্থাৰ কনান ডয়ালৰ মৃত্যু।
১৯০৫ চনৰ আজিৰ দিনটোতেই লৰ্ড কাৰ্জনৰ বংগ বিভাজন ঘোষণা।
১৯৯০ চনৰ আজিৰ দিনটোতেই মিজো নেচনেল ফ্ৰন্টৰ শীৰ্ষ নেতা লালডেংগাৰ ৬৩ বছৰ বয়সত লণ্ডনত মৃত্যু।
১৯৯০ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত উৰ্দু লেখিকা কাৰ্টুন এন হাইদৰলৈ ১৯৮৯ চনৰ জ্ঞানপীঠ বঁটা।
১৯৯৬ চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰৰ শতবাৰ্ষিকী উৎসৱ আৰম্ভ।
১৯৯৯ চনৰ আজিৰ দিনটোতেই ওছামা বিন লাডেনক আশ্ৰয় দিয়াৰ অভিযোগত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আফগানিস্তানৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা।
১৯৯৯ চনৰ আজিৰ দিনটোতেই বাটালিকত ভাৰতীয় সেনা আৰু পাক অনুপ্ৰৱেশকাৰীৰ মাজত ভয়াবহ যুদ্ধ। ভাৰতীয় সেনাৰ জুবাৰ হাইট অধিকাৰ।
২০০৭ চনৰ আজিৰ দিনটোতেই বিশ্বৰ নতুন সপ্ত আশ্চৰ্য্যৰ তালিকাৰ শীৰ্ষত তাজমহল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৭ জুলাই
Next Post
You might also like