স্প’ৰ্টছ ডেস্ক:
আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতৰ দল ঘোষণা বিচিচিআইৰ। বিচিচিআইয়ে দেওবাৰে আফগানিস্তানৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাৰ বাবে ৰোহিত শৰ্মাৰ নেতৃত্বত ঘোষণা কৰে দলটো।
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ টি-২০ দলটো:
ৰোহিত শৰ্মা, শুভমান গিল, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, তিলক বৰ্মা, ৰিংকু সিং, জিতেশ শৰ্মা, সঞ্জু চেমচন, শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, ৰবি বিষ্ণয়, কুলদীপ যাদৱ, আৰ্শদীপ সিং , আৱেশ খান, মুকেশ কুমাৰ।।