নিউজ ডেস্ক– এটা সুখবৰ। দেশত হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰে দেশত কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৯৬২ গৰাকী লোকৰ ।দেশত নতুনকৈ আক্ৰান্তৰ সংখ্যা ৫১ হাজাৰ ২৫৬ গৰাকী।
অসমত হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। শুকুৰবাৰৰ দিনটোত কোভিডত আক্ৰান্ত হৈছে ২,৭৯৩ গৰাকী। ইয়াৰ বিপৰীতে মৃত্যুমুখত পৰিছে ২৬ গৰাকী। গুৱাহাটী মহানগৰত আক্ৰান্ত হৈছে ১৬৫ গৰাকী। ৰাজ্যত শুকুৰবাৰে আক্ৰান্তৰ হাৰ ২.০১শতাংশ।
বিশ্বত মুঠ আক্ৰান্ত ১৮১,১৮৪,৪০৮ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৩,৯২৫,১৯১ গৰাকী। এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে ১৬৫,৭৬৩,৬০৩ গৰাকী।◼◼◼
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
ক’ভিড আপডেট
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like