প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত আন এক অঘটন

  • প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত আন এক অঘটন
  • অমৃত স্নানৰ সময়তে সংঘটিত হয় অঘটন
  • হিলিয়াম গেছ ভর্তি হট এয়াৰ বেলুনৰ বিস্ফোৰণ
  • বিস্ফোৰণত গুৰুতৰভাৱে আহত ৬ গৰাকী ভক্ত
  • আহত ভক্তকেইজন প্ৰদীপ, আমান, নিখিল, মায়াংক, ললিত, শুভম
  • আহত কেইজনক এম্বুলেন্সেৰে মহা কুম্ভৰ উপ-কেন্দ্ৰীয় চিকিৎসালয়লৈ প্ৰেৰণ

 

 https://www.facebook.com/share/v/1XHoeikbp1/

 

You might also like
Leave A Reply

Your email address will not be published.