➡️১৯৭৫ ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আৰ্যভট্টক মহাকাশলৈ উতক্ষেপন।
➡️১৯০৬ ৰসায়ন বিজ্ঞানী পীয়েৰ কুৰীৰ এক পথ দুৰ্ঘটনাত মৃত্যু। ১৯৩০ চনত ৰেডিয়াম আৱিষ্কাৰৰ বাবে পীয়েৰ কুৰীয়ে পত্নী মেৰী কুৰীৰ সৈতে যুটীয়াভাৱে পৰ্দাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯১০ খালী চকুৰে প্ৰথমবাৰৰ বাবে হেলীৰ ধূমকেতু দৃষ্টিগোচৰ
➡️১৯৫৫ বাঘ চিকাৰী, লেখক জিম কৰবেটৰ মৃত্যু
➡️১৯৮২ ছোভিয়েট মহাকাশযান ছেলুইট-৭ মহাকাশলৈ উৎক্ষেপণ

![](https://nebharat24.com/wp-content/uploads/2021/12/nebharat-square-150x150.png)