অ’মিক্ৰনৰ গ্ৰাসত মায়ানগৰী!

মহাৰাষ্ট্ৰত অ’মিক্ৰনৰ ভয়ংকৰ সংক্ৰমণ। জানিব পৰা মতে, ৰাজ্যখনত নতুনকৈ ৮ ব্যক্তিসহ আক্ৰান্তৰ সংখ্যা ২৮ লৈ বৃদ্ধি পাইছে । নতুনকৈ সংক্ৰমিত ৮ গৰাকীৰ ৭ গৰাকীয়েই মুম্বাইৰ বাসিন্দা।

উল্লেখযোগ্য যে দেশত এই পৰ্যন্ত অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা ৮০ গৰাকীলৈ বৃদ্ধি পাইছে।।

You might also like
Leave A Reply

Your email address will not be published.